নিৰ্মূল কৰ্ (Assamese) [ Roman: nir.mul kor]
    Contributed by: Rupankar Mahanta on 2006-12-10
    1. (Verb-Trans.) To root out or destroy completely সম্পূৰ্ণৰূপে ধ্বংস কৰ্ বা নাইকিয়া কৰ্
    Contributed by: Partha P Sarmah on 2006-12-10
    2. (Verb-Trans.) to destroy something completely. কিবা বেয়া, অনিষ্টকাৰী বস্তুক সম্পূৰ্ণভাবে নাইকীয়া ধ্বংস কৰা যাতে সি পুনৰায় অপকাৰ কৰিব নোৱাৰে৷